উদ্ধৃতি- সত্যনাথ বৰাৰ ‘সাৰথি’ ৰ পৰা....
Author
: Pankaj Jyoti Mahanta
Blog
: সুগন্ধি পখিলা
Date
: 6/10/2012 8:02:00 AM
'* সংসাৰত উদগতি কৰাই মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন পশু-জীৱনৰ নিচিনা কেৱল শয়ন-ভোজনৰ আবৰ্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱাহেঁতেন, আমি বৰ্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁহেঁতেন।* বিদ্যা মানৱ মনৰ দীপ্তি; তা(...)'
Read full article
নাটক ,ৰাজনীতি আৰু উত্তৰাধুনিক দর্শনঃ ড০ সীতানাথ লহকৰ
Author
: Sushanta Kar
Blog
: সুগন্ধি পখিলা
Date
: 2/28/2012 9:54:00 AM
'প্রতিবছৰৰ দৰে এইবাৰো তিনিচুকীয়া মহাবিদ্যালয় শিক্ষক গোটৰ তৰফৰ পৰা ‘প্রয়াত শিক্ষক সোঁৱৰণী বক্তৃতানুষ্ঠান’ ইং ৪ ফেব্রুৱাৰী ২০১২ তাৰিখ শনিবাৰে অনুষ্ঠিত হৈ যায়। উক্ত বক্তৃতানুষ্ঠানত বক্তা হিচাপে আমন্ত্রণ কৰি না হৈছিল কটন মহাবিদ্যালয়ৰ অধ্যক্ষ, প্রবীণ নাট্যকর্মী তথা অসমত বাটৰ নাটৰ গুৰি ধৰোঁতা ড০ সীতানাথ লহকৰ দেৱক। উক্ত দিনা বক্তৃতানুষ্ঠানৰ লগতে দুপৰীয়া ১ বজাত এখনি নাট্য কর্মশালা তেখেতে পৰিচালনা কৰিছিল। সন্ধিয়া ৫.৩০ বজাত তেখেতৰ পৰিচানাত গুৱাহাটিৰ বিখ্যাত (...)'
Read full article
কলিকতা গ্রন্থমেলাত অসমীয়া গ্রন্থ সম্ভাৰ
Author
: Sushanta Kar
Blog
: সুগন্ধি পখিলা
Date
: 1/28/2012 7:13:00 AM
'অসম তথা পূর্বোত্তরের বাংলা, অসমিয়া সহ অন্যান্য ভাষার বই নিয়ে ব্যতিক্রম কলকাতার বইমেলাতে। অসম তথা পূর্বোত্তৰৰ বাংলা, অসমীয়া গ্রন্থ সম্ভাৰ লই 'ব্যতিক্রম' কলিকতা গ্রন্থমেলাত। অনুগ্রহ কৰি, আপোনাৰ কলিকতাত থকা বন্ধুসকলৈ এই সংবাদ শেয়াৰ কৰক। স্টল নংঃ ৫৪৬'
Read full article
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে: হৃষীৰাজ শৰ্মা
Author
: HRISHIRAJ SHARMA
Blog
: সুগন্ধি পখিলা
Date
: 1/14/2012 4:45:00 PM
';;; সুৰুযৰ ৰথত উঠিবলৈ মোৰো মনপোহৰৰ বাবে হাহাকাৰ কৰোতে এদিনৰ বাবে হেৰুৱাইছিলোঁ চকুদুটামোৰ হাজাৰটা সেউজ সপোনৰ সমাধি তোমালোকৰ বুকুত। আজি এবেলা অন্ধকাৰৰ সৈতে চুক্তিবদ্ধ হ’লেও,আলোকৰ সৈতে আলিংগনৰ নিৰ্যাসমোৰ স্বপ্নাতুৰ হৃদয়ৰ গুপুত গান। প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে।মেঘলৈ দলিওৱা নাই উন্মাদনাৰ অহংকাৰী পত্ৰসৌৱা মেঘনাদলৈ বতৰা পঠিয়াইছোঁ, নামিব বুৰুয বৰষাৰ স’তে।বিশল্যকৰণী বিচাৰি হাবাথুৰ লক্ষণ, কলিযুগত নাই তোমাৰ ভৃত্য হনুমানপ্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে।'
Read full article
প্ৰযত্নে: হৃষীৰাজ শৰ্মা
Author
: HRISHIRAJ SHARMA
Blog
: সুগন্ধি পখিলা
Date
: 11/17/2011 7:53:00 AM
'একাঁজলি শ্ৰদ্ধাপ্ৰযত্নে:নাকান্দিবা.!ৰাতিৰ আন্ধাৰে উচুপি কাণে কাণে কয়সৌৱা দিখৌৰে ভটিয়াই গদাধৰেৰে উজাইলুইতত মিলিছে অসমীয়া |এহালি মৰমৰ বাবে তেওঁ এটি গান হ’লমানুহৰ বুকুত সুৰৰ ৰাং সানি থাকোতেইপূৰ্ব দিশত সন্ধিয়া হ’ল.!উহঃ, নাকান্দিবাসেই সোৱাদবোৰৰ বাবেইতোস্পন্দনৰ অন্য এক নামবুকু ফালি দেখুৱাইছা একেখন ছবিছবিৰ মাজত উদ্ভাসিত অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ ভিন্নতাআৰু চকুদুটা?হেৰৌ অসমীয়া.! অনন্তকাল সাক্ষী হৈ ৰ’বলুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাবা |'
Read full article
ভূপেন দা তুমি অমৰ হোৱা...
Author
: Chandrama kalita
Blog
: সুগন্ধি পখিলা
Date
: 11/16/2011 2:58:00 PM
'হে’ শিল্পী,আজি তুমি শিল্প হ’লা।আৰু সময় সেই অসহায় তুলিকাধাৰী...।বন্দনাৰ ভাষা যাৰ হেৰাই গৈছে,যাযাবৰ সত্তাৰ বিশালতাক বিন্দুত বান্ধিব খুজি।কাৰুণ্যৰ অমিয়া শংখ ধ্বনিৰ মাজেৰে যেতিয়া তুমি মূর্ত হৈছা,সমদলত বিলীন হৈছে বহু বর্ণিল ভাৱানুভূতি।আভিমানবোৰৰ আঁত হেৰাই গৈছে,অট্টালিকাৰ ছাঁত জিৰোৱাসকলেও যেতিয়া সমস্বৰে চিঁঞৰি উঠিছে,চোৱা, ইশ্বৰ তেওঁৰ মাজতো আছিল।অন্তিম শয়নৰ ঠিকনা বিচাৰিৰক্তিম এটি উত্তাপ হৈ বাৰে বাৰে ভেটিছা আজিআবেলিৰ অস্তমিত বেলি,কণ্ঠৰ শোণিতেৰে তিয়াইছা আজি শীতৰে সেমেকা ৰাতি।হে’ শিল্পী,শব্দ(...)'
Read full article
মোৰ ঠিকনা: অমৃতা প্ৰীতমৰ কবিতা
Author
: যামিনী অনুৰাগ
Blog
: সুগন্ধি পখিলা
Date
: 11/2/2011 6:23:00 PM
'( মূল পঞ্জাবীৰ কবিতাৰ পৰা অসমীয়া অনুবাদঃ যামিনী অনুৰাগ )আজি মই মোৰ ঘৰৰ নম্বৰ মছি পেলালো আৰু গলিৰ মূৰত থকা ফলকৰ পৰা গলিৰ নাম আতৰাই দিলোআৰু প্ৰতিটো পথৰ দিশৰ নাম মোহাৰি পেলালো আৰু যদি আপুনি মোক বিচাৰি পাবই লাগে তেন্তে প্ৰতি দেশৰ, প্ৰতি চহৰৰ, প্ৰতি গলিৰ দুৱাৰ খটখটাৱকই এক শাপ, ই এক বৰ আৰু য’তেই স্বাধীন আত্মাৰ জিলিকনি পাব-জানিব সেয়াই মোৰ ঘৰ ।'
Read full article
আবেলি এটিত তেওঁ...
Author
: Chandrama kalita
Blog
: সুগন্ধি পখিলা
Date
: 10/12/2011 2:05:00 PM
'সৰাপাতে ৰিঙিয়াই থকা আবেলিটোত, তেওঁ বহু কথা সোঁৱৰে।আছিলনে কাহানিবা তেওঁ,কাৰোবাৰ ছন্দোবদ্ধ আবেগৰ শিৰোনাম?হ’ব পাৰিছিলনে তেওঁ,হালধীয়া দোপাত্তাৰে সোনাৰু সিচাঁএজনী অনামিকা অথবা সাগৰিকা?হেমন্তৰ গুণগুণনিবোৰ শুনি শুনিতেওঁ বাৰে বাৰে ভাবে,কিহৰ ভয়ত তেওঁ শুনিব বিচাৰিও শুনা নাছিল,সেউজ পাতৰ আঁৰৰ সখিয়তীজনীৰ গীত?কি হেৰুওৱাৰ ভয়ত তেওঁ বুটলিব পৰা নাছিল,পদূলিত সৰা ফুলবোৰৰ পাহি?খিৰিকিখনৰ সিপাৰেৰে পাৰ হৈ গৈছিল,অলেখ জোনাকী সপোনৰ মিছিল।স্বপ্নাতুৰ বিহগীজনী হৈও তেওঁ জোনাক চুব নোৱাৰিলে।বিষাদগ্রস্ত হৃদয়খনিত সদা(...)'
Read full article
এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি? : হৃষীৰাজ শৰ্মা
Author
: HRISHIRAJ SHARMA
Blog
: সুগন্ধি পখিলা
Date
: 10/9/2011 4:45:00 AM
'এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমিএতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন কি?বিষাদ সুৰত বিশৃংখল মোৰ বেদনাৰ নগৰীএতিয়া শুকুলা ডাৱৰৰ আঁৰে আঁৰে মই তোমাৰ বাবে সাধুকথা নহওঁএতিয়া এটোপ দুটোপ বৰষুণত তিতিবলৈ মই তোমাৰ বাবে দুপৰীয়া নহওঁএতিয়া তোমাৰ সকলো উছাহৰ সমাপ্তি মইসকলো উছৱৰ শেষ মইসকলো ৰাতিৰ আৰম্ভণি আৰু সীমাহীন মৌনতাৰ প্ৰাতঃভ্ৰমণ মইএতিয়া তোমাৰ আকাঙ্খাৰ সিমূৰত ৰৈ থকাৰ প্ৰয়োজন কি?সকলোবোৰ কবিতাৰ বুকুৱেদি যদি বৈ যায় দুঃখৰ ফল্গুধাৰাশব্দই হাহাকা(...)'
Read full article
Mrityu Chetana
Author
: Kuldip
Blog
: সুগন্ধি পখিলা
Date
: 10/2/2011 5:58:00 PM
''
Read full article
এনেকৈয়ে শৰত্ আহক
Author
: Chandan Chiring Phukon
Blog
: সুগন্ধি পখিলা
Date
: 9/24/2011 4:29:00 PM
'লাহে লাহে অনাবৃত হওক অৰণ্যখনওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰেপুৱাটোৰ সেমেকা গালেদিতৰুণ ৰ'দজাক বৈ আহকভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওকবেলিটোৰ চেঁচা পৰি থকা মুখলালকাল দি থকা এডৰা ৰামধেনুতপ্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়াশেষ হওক অন্তহীন বৰষুণৰ ঋতুএনেকৈয়ে শৰত্ আহক।'
Read full article
শৰৎ : মিতালী বর্মন
Author
: Mitali
Blog
: সুগন্ধি পখিলা
Date
: 9/22/2011 11:39:00 AM
' শৰৎ--- তুমি বিলাই যোৱা &(...)'
Read full article
অচিন্তন : হৃষীৰাজ শৰ্মা
Author
: HRISHIRAJ SHARMA
Blog
: সুগন্ধি পখিলা
Date
: 9/19/2011 4:57:00 PM
'বৰ্ণত যদি বৰণ সানি দিছিলামোৰ হৃদয় সেউজীয়া,তোমাৰ অভিমান কজলা; চকুৰ বৰণৰ এফাল..!'
Read full article